সমললৈ যাওক

গান্ধী ভৱন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গান্ধী ভৱন, চণ্ডীগড়, ভাৰত

গান্ধী ভৱন (ইংৰাজী: Gandhi Bhawan)হৈছে ভাৰতচণ্ডীগড় চহৰৰ এক মুখ্য নিচান আৰু মহাত্মা গান্ধীৰ বাণী আৰু কৰ্মৰ ওপৰত অধ্যয়ন কৰাত উচৰ্গিত এক কেন্দ্ৰ। লী ক'ৰবাজিয়েৰ সম্বন্ধীয় ভাতৃ, আৰ্কিটেক্ট পিয়েৰে জিনেৰেটে ইয়াৰ ডিজাইন কৰিছিল।[1][2]

ই হৈছে এটা প্ৰেক্ষাগৃহ যি পুখুৰী এটাৰ পানীৰ মাজত অৱস্থিত। নিৰ্মাতাৰ দ্বাৰা এটা মিউৰালে প্ৰবেশ পথত দৰ্শনাৰ্থীসকলক সম্ভাষণ জনায়। "সত্যই ঈশ্বৰ" কথাষাৰ প্ৰৱেশ পথত লিখা আছে। বৰ্তমান সময়ত, ইয়াত গান্ধীৰ ওপৰত ৰচিত যথেষ্ট কিতাপৰ সংগ্ৰহ আছে।

তথ্যউৎস

[সম্পাদনা কৰক]