সমললৈ যাওক

ফৰাছী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia ফৰাচী ৱিকিপিডিয়া
soft2i
ইউ আৰ এল fr.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ফৰাচী es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

ফৰাচী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ফৰাচী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 26,26,367 প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৪ চনত ফৰাচী ৱিকিপিডিয়াৰ ২৬,২৬,৩৬৭টা প্ৰবন্ধ, ৪৯,৭৮,০০০ গৰাকী সম্পাদক, ১৪৬ গৰাকী প্ৰশাসক আৰু ৭১,৯৫৪টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ২১,৬৮,৩১,৮৫১।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

ফৰাচী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]