সমললৈ যাওক

১৯ মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

১৯ মাৰ্চ (ইংৰাজী: 19 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৮তম (অধিবৰ্ষত ৭৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৭টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

  • ১৮১৩ - ডেভিড লিভিংষ্টোন, স্কটিছ চিকিৎসক আৰু মানবতাবাদী।
  • ১৯৫৫ - ব্ৰুচ ৱিলিছ, আমেৰিকান অভিনেতা।
  • ১৯৮৪ - তনুশ্ৰী দত্ত, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৭৩ - হেমেন গাঙ্গুলী, ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক।
  • ২০০৫ - নৰেন্দ্ৰ চন্দ্ৰ হাজং, অসমীয়া অনাতাঁৰ শিল্পী তথা সংগীত প্ৰযোজক।
  • ২০০৬ - গোলাপ বৰবৰা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • ২০০৮ - আৰ্থাৰ চি ক্লাৰ্ক, ইংৰাজ লেখক।
  • ২০১৮ - কেদাৰনাথ সিং, ভাৰতীয় কবি।

দিৱস[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]